Nothing Special   »   [go: up one dir, main page]

সমললৈ যাওক

সমাজবাদী পাৰ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সমাজবাদী পাৰ্টি
সমাজবাদী পাৰ্টি.png
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
মূখ্য কাৰ্যালয় নতুন দিল্লী
ৰাজনৈতিক মতাদৰ্শ সমাজবাদ (ভাৰতীয়)
ৱেবছাইট [1]

সমাজবাদী পাৰ্টি ভাৰতৰ এটা সমাজবাদী ৰাজনৈতিক দল। জনতা দলৰ প্ৰাক্তন ৰাজনীতিবিদ মুলায়াম সিং যাদৱে প্ৰতিষ্ঠা কৰা এইখনৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত। বৰ্তমান সমাজবাদী পাৰ্টিৰ নেতৃত্বত আছে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "দলৰ বিষয়ে". Samajwadi PartySamajwadi Party. https://samajwadiparty.in/about-the-party। আহৰণ কৰা হৈছে: ২০২৪-০৬-০৮.