শিলকতৰা
অৱয়ব
শিলকতৰা | |
---|---|
দীপৰ বিলত শীতকালত অগৰা গছত বহি থকা এটা মতা শিলকতৰা | |
ভাৰতৰ উত্তৰ প্ৰদেশত মাইকী শিলকতৰা | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | Animalia |
পৰ্ব: | Chordata |
শ্ৰেণী: | Aves |
বৰ্গ: | Passerifomes |
পৰিয়াল: | Muscicapidae |
গণ: | Saxicola |
প্ৰজাতি: | maurus |
সমাৰ্থক | |
শিলকতৰা(ইংৰাজী: Siberian Stonechat, বৈজ্ঞানিক নাম-Saxicola maurus) এবিধ পৰিভ্ৰমী চৰাই। ই শীতকালত দক্ষিণ জাপানৰ পৰা থাইলেণ্ড পৰ্যন্ত, ভাৰত আৰু উত্তৰ পূৱ আফ্ৰিকালৈ পৰিভ্ৰমণ কৰে।