২১ মে'
অৱয়ব
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
২১ মে' (ইংৰাজী: 21 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪১তম (অধিবৰ্ষত ১৪২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৪টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনা
[সম্পাদনা কৰক]- ১৫০২ - জোৱাঅ' ডা নোভাই চেইণ্ট হেলেনা দ্বীপ আৱিষ্কাৰ কৰে।
জন্ম
[সম্পাদনা কৰক]- ১৪৭১ - এলব্ৰেখট ড্যুৰাৰ, জাৰ্মান চিত্ৰশিল্পী তথা গণিতজ্ঞ।
- ১৮৯৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী। (মৃত্যু: ১৯৭৫)
- ১৯১৬ - বিছমিল্লাহ খান, ভাৰতীয় সংগীতজ্ঞ।
- ১৯২৫ - ফ্ৰেংক কামেনি, আমেৰিকান গে অধিকাৰ কৰ্মী।
- ১৯৫০ - আনন্দৰাম বৰুৱা, প্ৰথম অসমীয়া স্নাতক তথা আই. চি. এছ. বিষয়া।
- ১৯৫৪ - অনিতা ৰত্নম, ভাৰতীয় নৃত্যশিল্পী।
- ১৯৫৫ - চৈয়দ মহম্মদ ছাদুল্লা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (মৃত্যু: ৮ জানুৱাৰী ১৯৫৫)
মৃত্যু
[সম্পাদনা কৰক]- ১৯৪০ - অমৰ সিং, ভাৰতীয় টে'ষ্ট ক্ৰিকেটাৰ।
- ১৯৭৯ - জানকী দেৱী বাজাজ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৯১ - ৰাজীৱ গান্ধী, ভাৰতৰ ষষ্ঠ গৰাকী প্ৰধানমন্ত্ৰী।
- ২০১৫ - প্ৰসেন বৰা, অসমৰ প্ৰসিদ্ধ ঢুলীয়া।
- ২০২১ - সুন্দৰলাল বহুগুণা, ভাৰতীয় পৰিৱেশবিদ তথা চিপকো আন্দোলনৰ অন্যতম প্ৰৱৰ্তক।
- ২০২৪ - তিলমিজুৰ ৰহমান অসমীয়া চলচ্চিত্ৰ প্ৰযোজক, অভিনেতা। অসমীয়া চলচ্চিত্ৰ ৰঙা পুলিচ, ললিতা, চামেলী মেমচাবত অভিনয়। জন্ম ১৯২৯ চনৰ ৫ এপ্ৰিল যোৰহাটত ।
দিৱস
[সম্পাদনা কৰক]- আন্তৰ্জাতিক চাহ দিৱস
- সংলাপ আৰু বিকাশৰ বিশ্ব সাংস্কৃতিক দিৱস
অন্যান্য
[সম্পাদনা কৰক]
|